May 27, 2024 6:08 PM
অভিলেখ সংখ্যক ভোটদান কৰাৰ বাবে অনন্তনাগ ৰাজৌৰীৰ ভোটদাতাক প্রধানমন্ত্ৰীৰ অভিনন্দন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান কৰাৰ বাবে অনন্তনাগ ৰাজৌৰীৰ ভোটদাতাসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীমোডীয়ে কয় যে ত...