May 27, 2024 6:08 PM

views 22

অভিলেখ সংখ্যক ভোটদান কৰাৰ বাবে অনন্তনাগ ৰাজৌৰীৰ ভোটদাতাক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান কৰাৰ বাবে অনন্তনাগ ৰাজৌৰীৰ ভোটদাতাসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীমোডীয়ে কয় যে তেওঁলোকৰ উৎসাহী অংশগ্রহম গণতান্ত্রিক মনোভাৱৰ এক জীৱন্ত প্রমাণ। উল্লেখযোগ্য যে অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিত এইবাৰ ভোটদানৰ হাৰ আছিল ৫৪ দশমিক ৮-৪ শতাংশ যিটো যোৱা ৩৫ বছৰৰ ভিতৰত সৰ্বাধিক।