February 13, 2025 11:46 AM

views 17

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ সফল ভ্ৰমণ সামৰি আজি নিচেই পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত উপস্থিত হয়। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনয় মোহন ক্ৰাট্টা আৰু অন্য বিষয়াসকলে প্রধানমন্ত্রীক বিমান বন্দৰত বিপুলভাৱে আদৰণি জনায়। প্রচণ্ড শীতকো নেওচি দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলেও ব্লেয়াৰ হাউচৰ বাহিৰত শ্ৰীমোদীক আদৰণি জনায়। এই ভ্ৰমণ কালত শ্ৰীমোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ডনাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ...