April 30, 2025 7:27 PM

views 23

দেশৰ বিভিন্ন প্ৰান্তত উৎসাহ-উদ্দীপনাৰে অক্ষয় তৃতীয়া উদযাপন

দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে অক্ষয় তৃতীয়া উদযাপন কৰা হৈছে । ব'হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই উৎসৱ পালন কৰা হয়। লোকবিশ্বাস অনুসৰি এই দিনটোতে সত্য যুগৰ আৰম্ভণি আৰু ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। জনশ্ৰুতি অনুসৰি শুক্লা তৃতীয়া দিনটোতে ভগীৰথে গংগা নদীক সৰগৰ পৰা মৰ্ত্যলৈ বোৱাই লৈ আহিছিল। এই দিনটোত গংগা স্নান কৰিলে পূণ্য অর্জন হয় বুলি বিশ্বাস কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অক্ষয় তৃতীয়া উপলক্ষে দেশবাসীক ওলগ জনাইছে। শ্রী মোদীয়ে সামাজিক...