March 22, 2025 9:05 PM

views 18

বৰ্তমানলৈকে উৎপাদন আধাৰিত উদগণি আঁচনিসমূহৰ অধীনত ১৪টা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ বাবে ৭৬৪খন আবেদনত অনুমোদন

বৰ্তমানলৈকে উৎপাদন আধাৰিত উদগণি আঁচনিসমূহৰ অধীনত ১৪টা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ বাবে ৭৬৪ খন আবেদনৰ অনুমোদন জনোৱা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্রকাশ কৰিছে। উৎপাদন আধাৰিত উদগণি আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত ঔষধ, চিকিৎসা আহিলা পাতি, ভেষজ, দূৰ সংযোগ, খাদ্য প্ৰসংস্কৰণ, বস্ত্ৰ, ঘৰুৱা কামত ব্যৱহৃত বৃহৎ বৈদ্যুতিক সৰঞ্জাম আৰু ড্রোন খণ্ডৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আছে। যোৱা বছৰ নৱেম্বৰ পৰ্যন্ত এই উদ্যোগসমূহত প্রায় ১ লাখ ৬১ হাজাৰ কোটি টকাৰ প্ৰকৃত বিনিয়োগ হৈছে। ইয়াৰ জৰিয়তে ২০২৪-২৫ বি...