June 14, 2025 8:28 PM

views 18

দেশৰ বিমান বহৰৰ অন্তৰ্ভুক্ত বয়িং 787 শ্ৰেণীৰ ৩৪ খন বিমানৰ বিস্তৃত নীৰিক্ষণৰ নিৰ্দেশ অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ

কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন বিভাগৰ মন্ত্ৰী কে ৰাম মোহন নাইডুয়ে আজি ভাৰতত বৰ্তমান ব্যৱহৃত ৩৪ খন ব'য়িং 787 বিমানৰ পৰীক্ষা কৰিবলৈ অসামৰিক বিমান সেৱা সঞ্চালকালয়ক নিৰ্দেশ দিছে৷ ইয়াৰে ৮ খন বিমানৰ তৎকালীনভাৱে পৰীক্ষা কৰা হৈছে বুলিও মন্ত্ৰীজনে জানিবলৈ দিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীজনে কয় যে আহমেদাবাদৰ বিমান দূৰ্ঘটনাটোৰ তদন্তৰ বাবে ইতিমধ্যে গৃহ সচিবৰ নেতৃত্বত এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে। দূৰ্ঘটনাগ্রস্ত বিমানখনৰ ব্লেক বক্সটো উদ্ধাৰ হৈছে আৰু ইয়াৰ সহায়ত তদন্তৰ...