May 27, 2025 6:49 PM

views 22

ওদালগুৰিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পীযূষ হাজৰিকাৰ বৈঠক

ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাই আজি জিলাখন ভ্ৰমণৰ দ্বিতীয় দিনা তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ সফল ৰূপায়ন নিশ্চিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত অংশ লয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে যাতে যোগ্য হিতাধিকাৰী আঁচনিৰ সুবিধাৰ লাভৰ পৰা বঞ্চিত নহয় এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সকলোকে আহ্বান জনায়। অসম চৰকাৰৰ এই অভিলাষী আঁচনিৰ দ্বাৰা মহিলা সবলীকৰণ, দৰিদ্ৰতা দূৰীকৰণ আৰু আৰ্থিক সবলীকৰণৰ বাবে প্ৰয়াস কৰা হৈছে বুলি উল্লেখ মন্ত্ৰীগৰাকীয়ে সমাজৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত মহিলাসকলৰ ভূমিকা গু...