June 9, 2025 8:07 PM

views 15

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ ছুইজাৰলেণ্ড আৰু ছুইডেনলৈ ৰাওনা

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল অর্থনৈতিক আৰু বাণিজ্য অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে আজি ছুইজাৰলেণ্ড আৰু ছুইডেনলৈ ৰাওনা হৈছে। তেওঁ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰাৰ বাবে ছুইজাৰলেণ্ডৰ গোলকীয় মুখ্য কাৰ্যবাহী বিষয়া আৰু উদ্যোগ নেতাসকলৰ সৈতে আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চুইডেনত ভাৰত -ছুইডিছ অর্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সহযোগিতাৰ যৌথ আয়োগৰ একবিংশ সংস্কৰণত সহ অধ্যক্ষতা কৰিব। শ্রীগোৱেলৰ এই ভ্রমণে মুখ্য ইউৰোপীয় দেশসমূহৰ সৈতে কৌশলগত আৰু অৰ্থনৈতি...

September 24, 2024 11:58 AM

views 16

অষ্ট্ৰেলিয়া ভ্ৰমণৰত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ কেইবাখনো বৈঠকত অংশগ্ৰহণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে তেওঁৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ প্ৰথম দিনা কালি কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে শ্রী গোৱেলে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক লৈ অষ্ট্ৰেলিয়াৰ বাণিজ্য পৰিষদে আয়োজন কৰা এখন বাণিজ্য মেজমেলতো অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দেশখনৰ বাণিজ্যৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰা লোকসকলক ভাৰতত বাণিজ্য ক্ষেত্ৰৰ বিভিন্ন সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দেশখনৰ পেঞ্চন পুঁজি...