October 22, 2025 8:12 PM

views 16

অর্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে মন্ত্রী পীযূষ গোৱেলৰ কাইলৈ জার্মানী যাত্ৰা

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেল কাইলৈ অর্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে কাইলৈ জার্মানীলৈ যাব। ভাৰত-জার্মানী কৌশলগত সহযোগিতাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত কৰা এই যাত্ৰাই জার্মানীৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্রমণকালত শ্রীগোৱেলে জার্মানীৰ শক্তি মন্ত্রী কেথৰিনা ৰীচেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। এই বৈঠকত হ'বলগীয়া আলোচনাত ভাৰত আৰু জাৰ্মানীৰ মাজৰ অৰ্থনৈতিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ লগতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে ...