March 3, 2025 11:33 AM
ভাৰত-আমেৰিকাৰ মাজত প্ৰস্তাৱিত দ্বি-পাক্ষিক ব্যৱসায়িক চুক্তিৰ আলোচনাৰ বাবে মন্ত্ৰী পীয়ুষ গোৱেলৰ ৱাশ্বিংটন ভ্ৰমণ
ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰস্তাৱিত দ্বি-পাক্ষিক ব্যৱসায়িক চুক্তিৰ বাবে আলোচনা আৰম্ভ কৰিবলৈ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুছ গোৱেল আজি ৱাশ্বিংটনলৈ ৰাওনা হ'ব। শ্রীগোৱেলে আমেৰিকাৰ বাণিজ্য...