October 24, 2025 12:49 PM

views 32

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যিক বুজাবুজিৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি পিযুষ গোৱেলৰ প্ৰকাশ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যিক বুজাবুজিৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলৰ প্ৰকাশ কৰিছে। দূৰদৰ্শনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্রীগোৱেলে কয়, যে দুয়োপক্ষই ভাৰত আৰু আমেৰিকাৰ দলসমূহৰ সৈতে এই সম্পর্কীয় আলোচনা আগবঢ়াই নিয়াৰ উদ্দেশ্যে সক্রিয়ভাবে কাম কৰি আছে। ভাৰতৰ বাণিজ্য সচিবে অলপতে আমেৰিকা ভ্ৰমণ কৰি দেশখনৰ বাণিজ্য সচিবক সাক্ষাৎ কৰে আৰু এখন যুক্তিপূর্ণ তথা ন্যায়সংগত চুক্তি সন্দৰ্ভত বুজাবুজি কৰাৰ ক্ষেত্ৰত আলোচনা কৰে বুলিও মন্ত্ৰীগৰাকীয়...

October 17, 2025 8:31 PM

views 19

শেহতীয়া কেইটামান বছৰত দেশৰ আমূল পৰিৱৰ্তন হোৱা বুলি দাবী পীযূষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে শেহতীয়া কেইটামান বছৰত দেশৰ আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰিছে। নতুন দিল্লীত আয়োজিত এছোচেমৰ বাৰ্ষিক সম্মিলন আৰু ১০৫ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে দেশে এতিয়া যিকোনো আলোচনা সবল স্থিতিৰে অংশগ্ৰহণ কৰিবলৈ লৈছে আৰু ইয়াৰ পৰা দেশৰ বৰ্ধিত আর্থিক আত্মবিশ্বাস আৰু গোলকীয় পৰ্যায়ত দেশৰ বৰ্ধিত মর্যাদা প্রতিফলিত হৈছে। শ্রীগোৰেলে কয় যে সমগ্ৰ বিশ্বৰ সম্প্রতি ভাৰতবৰ্ষ গুৰুত্বপূর্ণ বাণিজ্যিক সহযোগী আৰু কাম কৰাৰ বাবে বিশ্বাসয...