November 6, 2025 8:18 PM

views 21

ভাৰত আৰু নিউজিলেণ্ড দেশ দুখনৰ মাজৰ সম্পৰ্ক পৰৱৰ্তী পৰ্য্যায়লৈ লৈ যাবলৈ সাজু বুলি পীযূষ গোৱেলৰ প্রকাশ

ভাৰত আৰু নিউজিলেণ্ড দেশ দুখনৰ মাজৰ সম্পৰ্ক পৰৱৰ্তী পৰ্য্যায়লৈ লৈ যাবলৈ সাজু বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে প্রকাশ কৰিছে। নিউজিলেণ্ডৰ ৰট'ৰুৱাত আজি দেশখনৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী টোড মেকলে আৰু উভয় দেশৰ মুখ্য মধ্যস্থতাকাৰীসকলৰ সৈতে ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি বিষয়ক আলোচনাত পৰ্য্যালোচনা কৰি শ্রীগোৱেলে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক সম্পর্ক সুদৃঢ় কৰাৰ সহযোগিতাৰ নতুন সুযোগ মুকলি কৰি উভয় দেশৰ সংবেদনশীলতাৰ প্রতি সম্মান জনাই এখন ভবিষ্যমুখী আৰু সন্তুলিত বা...

April 12, 2025 1:12 PM

views 23

কেৱল বাণিজ্য চুক্তিৰ সময়সীমা পূৰ কৰাৰ বাবে ৰাষ্ট্ৰৰ স্বাৰ্থৰ সৈতে আপোচ কৰিব নোৱাৰি বুলি পীয়ুষ গোৱেলৰ মন্তব্য

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে কেৱল বাণিজ্য চুক্তিৰ সময়সীমা পূৰ কৰাৰ বাবে ৰাষ্ট্ৰৰ স্বাৰ্থৰ সৈতে আপোচ কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে বাণিজ্য চুক্তি দুয়োপক্ষৰ বাবে সমান সমান হোৱা উচিত। নতুন দিল্লীত নৱম বিশ্ব প্রযুক্তি সন্মিলনত ভাষণ দি কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বাবে গোলকীয় বাণিজ্য পুনৰ গঠনৰ ক্ষেত্ৰত বিশেষকৈ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ দৰে বিশ্বাসযোগ্য অংশীদাৰীৰ সৈতে থকা সুযোগ সন্দৰ্ভত আলোকপাত কৰে। মুক্ত বাণিজ্য চুক্তিৰ কথা উল্লেখ কৰি শ্রীগোৱেলে কয়, যে ...

February 25, 2025 8:07 PM

views 21

ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত মাইলৰ খুটিৰূপে পৰিগণিত হ’ব বুলি পিয়ুছ গোৱেলৰ মন্তব্য

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত মাইলৰ খুটিৰূপে পৰিগণিত হ'ব বুলি মন্তব্য কৰিছে। শ্রীগোৱেলে আজি নতুন দিল্লীত ব্ৰিটেইনৰ ব্যৱসায় আৰু বাণিজ্য মন্ত্ৰী জোনাথন ৰে'নল্ডছৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত দুয়োপক্ষই এখন নিকা, পৰস্পৰৰ বাবে লাভজনক আৰু সন্তুলিত মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ ক্ষেত্ৰত এতিয়ালৈকে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে পর্যালোচনা কৰে। বৈঠকত শ্রীগোৱেলে অর্...