May 8, 2024 8:25 PM May 8, 2024 8:25 PM
8
পিত্ৰোডাই ভাৰতীয় সংস্কৃতি আৰু পৰিচয়ৰ লগতে দেশৰ জনসাধাৰণক অপমান কৰিছেঃ সুধাংশু ত্রিবেদী
বিজেপিয়ে ভাৰতীয় সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ছেম পিত্রোডাক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে, শ্ৰীপিত্ৰোডাই ভাৰতীয় সংস্কৃতি আৰু পৰিচয়ৰ লগতে দেশৰ জনসাধাৰণক অপমান কৰিছে। তেওঁ কয়যে লোকসভা নির্বাচন আগবঢ়াৰ লগে লগে কংগ্ৰেছৰ স্বৰূপ পোহৰলৈ আহিছে। কংগ্ৰেছৰ আদৰ্শই জনসাধাৰণক ভাগ ভাগ কৰা বুলি শ্রীত্রিবেদিয়ে অভিযোগ উত্থাপন কৰে। দলৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে শ্ৰীপিত্ৰোডাৰ মন্তব্যই কংগ্...