August 18, 2025 1:09 PM

views 10

আজিৰ পৰা গুৱাহাটী আৰু সোণাপুৰত পিলিক চৌধুৰী সোঁৱৰণী ১৫ বছৰ অৰ্নুদ্ধ ল’ৰাৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতা অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আজিৰপৰা গুৱাহাটী আৰু সোণাপুৰত পিলিক চৌধুৰী সোঁৱৰণী ১৫ বছৰ অৰ্নুদ্ধ ল'ৰাৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ দল তথা প্ৰায় ৭০০ খেলুৱৈ আৰু বিষয়াই প্রতিযোগিতাখনত যোগদান কৰিছে। প্ৰতিযোগিতাৰ খেলসমূহ গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামৰ দুখনকৈ খেলপথাৰৰ লগতে সোণাপুৰৰ তেপেচীয়াত থকা এল এন আই পি ইৰ ফুটবলৰ গ্ৰাউণ্ডত হ'ব। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আজি বিয়লি ৩ বজাত প্রতিযোগিতাখন আনু...