March 1, 2025 8:25 PM March 1, 2025 8:25 PM
7
জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীেৰ মন্ত্ৰী পীাযুষ হাজৰিকাৰ বৈঠক
বান আৰু খহনীয়া সমস্যা সমাধানৰ লক্ষ্যৰে মন্ত্ৰী পীযূষ হাজৰিকাই আজি জলসম্পদ বিভাগৰ বিষয়া- কৰ্মচাৰীসকলৰ সৈতে বৈঠকত মিলিত হয়। গুৱাহাটীৰ বশিষ্ঠৰ অসম জল ভৱনত আয়োজিত এই বৈঠকত জ্যেষ্ঠ বিষয়া, ঠিকাদাৰসকলৰ সৈতে বিভাগীয় কামত জড়িত ভালেকেইগৰাকী ব্যক্তিয়ে অংশ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণ, অসমৰ অধীনত বিভিন্ন শিতানত চলি থকা আৰু অনাগত দিনত সম্পন্ন হ'বলগীয়া কামসমূহৰ বিষয়ে বুজ লয়। বান আৰু খহনীয়া প্ৰতিৰোধী কামসমূহ সুচাৰুৰূপে তথা ক্ষিপ্ৰতাৰে সম্পাদন সন্দৰ্ভতো বৈঠকত ...