August 16, 2024 8:30 PM August 16, 2024 8:30 PM
19
পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ সন্দৰ্ভত বিচাৰাধীন হৈ থকা গোচৰৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ
ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি মৰিগাওঁ জিলাত থকা পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধি কৰাৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰটোৰ সন্দৰ্ভত সংশ্লিষ্ট কেইবাটাও পক্ষৰ সৈতে বিশদভাৱে আলোচনা কৰে। আলোচনাত ৰাজ্যৰ বন বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱ, মৰিগাওঁ আৰু কামৰূপ মহানগৰ জিলা আয়ুক্ত, গুৱাহাটী আৰু নগাওঁ বন সংমণ্ডলৰ বিষয়াৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে। বৈঠকত বন্য প্রাণীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ বাবে কোনো সম...