December 29, 2024 12:31 PM
মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ বাবে যিমান কৰিছে, স্বাধীনতাৰ পাছত ৰাজ্যৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই বুলি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য
ডিব্ৰুগড় মানকটা চাহ বাগিচা খেলপথাৰত কালি দিনজোৰা কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি জল...