May 11, 2025 8:35 PM
জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ তামুলপুৰ জিলাৰ পাগলাদিয়া নৈত নির্মীয়মান মথাউৰি পৰিদৰ্শন
জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তামুলপুৰ জিলাৰ পাগলাদিয়া নৈত নির্মীয়মান মথাউৰি পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰীহাজৰিকাই তামুলপুৰৰ জাৰতালুকত প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মীয...