August 11, 2024 7:33 PM

views 17

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অধীনৰ গংগাধৰ নৈৰ তীৰৰ কেইবাখনো ঠাই নাৱেৰে ভ্ৰমণ

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অধীনৰ গংগাধৰ নৈৰ তীৰৰ কেইবাখনো ঠাই নাৱেৰে ভ্ৰমণ কৰি জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰিসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে অসম-পশ্চিমবংগ সীমান্ত অঞ্চলৰ প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অঞ্চলত প্ৰয়োজন হোৱা বান খহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰো বুজ লয়। শ্ৰী হাজৰিকাই জিলাখনৰ কইমাৰি কঠালতলিৰ পৰা নাৱেৰে গংগাধৰ নদীৰ উজনিৰ দিশলৈ পৰিভ্ৰমণ কৰি ভলাৰখাচত উপস্থিত হৈ ২০২২ চনত বানপানীৰ সৃষ্টি কৰা বান্ধটোৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। ভলাৰখ...