November 26, 2025 6:53 PM
13
বিগত চাৰে চাৰি বছৰত ৰাজ্যত নতুনকৈ এহেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ
বিগত চাৰে চাৰি বছৰত ৰাজ্যত নতুনকৈ এহেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। প্রশ্নোত্তৰ ঘণ্টাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই এই তথ্য প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ৰাজ্যৰ মথাউৰিৰ প্ৰয়োজন থকা ১,১০০ৰ পৰা ১,১৫০ কিলোমিটাৰ দৈৰ্ঘ্যজোৰা অঞ্চলত মথাউৰি নাছিল। চলিত বিত্তীয় বৰ্ষতে আন ৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ বাবে পুঁজি আৱণ্টন দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰথমবাৰৰ বাবে ৰাজ্যত ১,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ পকীকৰণ কৰা...