August 19, 2025 8:24 PM

views 14

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত

বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী অনুষ্ঠিত হয়। ১৮৩৭ চনত ফ্ৰান্সৰ আলোকচিত্র শিল্পী লুই ডাগেৰে বিকশিত কৰা ডাগে'ৰ' টাইপ ফটোগ্ৰাফী উদ্ভাৱনৰ স্মৃতিত প্ৰতিবছৰে আজিৰ দিনটো আলোকচিত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। এই দিৱসৰ লক্ষ্য হৈছে প্ৰকাশ আৰু সৃষ্টিশীলতাৰ মাধ্যম হিচাপে ফটোগ্রাফীক উদযাপন কৰা। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত এই উপলক্ষে অসম ৰাজ্যিক সংগ্ৰাহলয়ত সাদিনীয়াকৈ অনুষ্ঠিত প্ৰদৰ্শনী আজি উদ্বোধন কৰা হয় । অহা ২৫ ছেপ্তেম্বৰলৈ এই...