September 12, 2025 8:33 PM
11
বিশ্ব পৰ্যটন দিৱস উপলক্ষে পৰ্যটন সঞ্চালকালয়ৰ অসম ভিত্তিত ফটোগ্রাফী প্রতিযোগিতাৰ আয়োজন
বিশ্ব পৰ্যটন দিৱস, ২০২৫ উপলক্ষে অসম চৰকাৰৰ পৰ্যটন সঞ্চালকালয়ে অসম ভিত্তিত ফটোগ্রাফী প্রতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাৰ বিষয়সমূহ হৈছে— প্ৰকৃতি আৰু বন্যপ্ৰাণী, সংস্কৃতি আৰু খাদ্য সম্ভাৰ, চাহ পৰ্যটন, ধৰ্মীয় আৰু আধ্যাত্মিক পৰ্যটন। ১৮ ছেপ্তেম্বৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ইপিনে, স্বচ্ছ ভাৰত মিছন গ্রামীণে ফটোগ্ৰাফী আৰু ৰীল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ৰাজ্যিক আৰু জিলা পৰ্যায়ত শ্ৰেষ্ঠত্বৰ ভিত্তিত এই প্রতিযোগীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। প্ৰতিযোগিতাৰ বাবে সাতটা বিষ...