June 3, 2024 11:26 AM June 3, 2024 11:26 AM

views 7

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান প্লাবিক স্পীকত আজি গ্ৰীষ্ম প্রবাহৰ সময়ত নিৰাপদে থকা সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান প্লাবিক স্পীকত আজি নিশা চাৰে ৯ বজাত গ্ৰীষ্ম প্রবাহৰ সময়ত নিৰাপদে থকাৰ সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য ড° কৃষ্ণ এছ বৎস আৰু এইমছৰ মেডিচিন বিভাগৰ চিকিৎসক ড° পীয়ুষ ৰঞ্জনে অংশগ্রহণ কৰিব। আলোচনাটি চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২১০৫০ আৰু ০১১-২৩৩১৪৪৪৪ নম্বৰলৈ ফোন কৰি গ্ৰীষ্ম প্ৰবাহৰ পৰা সুৰক্ষিত থাকিবলৈ গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্ৰোতাসকলে ৯২৮৯০-৯৪০৪৪ নম্বৰত...