July 31, 2024 7:41 PM

views 14

সমগ্ৰ ৰাজ্যতে আজি নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস পালন

নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি নটসূৰ্য সোঁৱৰণী উযদাপন সমিতিৰ উদ্যোগত আজি এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে নটসূৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। এই কাৰ্যসূচীত সংগীত শিল্পী পুলক বেনাৰ্জী, মণিষা হাজৰিকা আৰু অভিনয় শিল্পী উপকূল বৰদলৈ আৰু মলয়া গোস্বামীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পাছতে কটন বিশ্ববিদ্যালয়ৰ এলুমনাই ভৱনত বিয়লি চৌখিন নাট্য চর্চা আজি আৰু কাইলৈ শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ তথা অৱসৰী অধ্যাপক ড° শ্যামাপ্রসাদ শৰ্মাই। এই অনুষ্ঠ...