September 19, 2024 8:58 PM

views 10

বিগত ৩ মাহত প্রধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ জনমূৰি ব্যৱহাৰ যথেষ্ট বৃদ্ধি

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, বিগত ৩ মাহত প্রধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ জনমূৰি ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰালয়ে এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰালয়ে কয় যে, চলিত বছৰৰ জুলাইত ভাৰতীয় তেল নিগম লিমিটেডে পৰীক্ষণ আৰু সঞ্চালনৰ বাবে ভাৰতীয় নৌসেনালৈ হাইড্ৰজেন ইন্ধন কোষ ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা বাছ যোগান ধৰাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে ব...

September 19, 2024 8:46 PM

views 11

সংশোধিত প্ৰধানমন্ত্ৰী জৈৱ ইন্ধন পৰিৱেশ অনুকূল শস্যৰ অৱশিষ্ট বিনষ্টকৰণ যোজনাত চৰকাৰৰ অনুমোদন

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনত ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰ্যালয়ে কৈছে যে, শেহতীয়াকৈ চৰকাৰে সংশোধিত প্ৰধানমন্ত্ৰী জৈৱ ইন্ধন পৰিৱেশ অনুকূল শস্যৰ অৱশিষ্ট বিনষ্টকৰণ যোজনাত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে শস্য চপোৱাৰ পাছত কৃষিপথাৰত ৰৈ যোৱা শস্যৰ অৱশিষ্টৰ বাবে খেতিয়কসকলক লাভজনক আয় প্ৰদানৰ লগতে পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধানৰ লক্ষ্য স্থিৰ কৰা হৈছে। আঁচনিখনৰ সংশোধন কৰি উন্নত জৈৱ ইন্ধনৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ ব্...