May 1, 2025 12:02 PM May 1, 2025 12:02 PM

views 6

দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ বাবে বঙাইগাঁৱৰ পৰা নাজিবুল ইছলাম আৰু শ্ৰীভূমিৰ পৰা ছানাজ হুছেইনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ভাৰত বিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক ছজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। একেদৰে হাইলাকান্দিত ৩ জন, শ্রীভূমি, চিৰাং, কোকৰাঝাৰ, কামৰূপ, গোৱালপাৰা আৰু নগাঁৱত দুজনকৈ তথা বিশ্বনাথ, দৰং, গোলাঘাট, ধুবুৰী, লখিমপুৰ, মৰিগ...