September 8, 2024 12:19 PM

views 16

পেৰিছ পেৰালিম্পিকৰ দশম দিনা ভাৰতৰ নদীপ সিঙৰ পুৰুষৰ জেভলিন থ্ৰ’ত সোণৰ পদক অৰ্জন; ৰাষ্ট্ৰপতি,উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী অভিনন্দন জ্ঞাপন

পেৰিছ পেৰালিম্পিকৰ দশম দিনা ভাৰতে কালি আৰু দুটা পদক অৰ্জন কৰে। নদীপ সিঙে পুৰুষৰ জেভলিন থ্ৰ'ৰ এফ-41 শিতানত সোণৰ পদক অৰ্জন কৰে। এই শিতানত অনুচিত আচৰণৰ বাবে ইৰাণৰ খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পাছত নদীপে প্রথম স্থান লাভ কৰে। আনহাতে দৌৰবিদ চিমৰনে মহিলাৰ ২০০ মিটাৰ ট্ৰেক শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে ৭টা সোণ, ৯টা ৰূপ আৰু ১৩টা ব্ৰঞ্জসহ মুঠ ২৯টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠদশ স্থানত আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ জেভলিন থ্ৰ'ৰ এফ-41 শিতানত সোণৰ পদক অৰ্জন ক...

September 1, 2024 7:06 PM

views 15

পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইছ ৱান শিতানত ব্ৰঞ্জ জয়ী ৰুবিনা ফ্ৰান্সিছক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰীৰ অভিনন্দন

ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ আজি পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনা বিভিন্ন শিতানৰ পদকৰ যুঁজত অৱতীৰ্ণ হৈছে। ৰবি ৰংগোলীয়ে পুৰুষৰ শ্বটপুটত পঞ্চম স্থানত থমকি ৰব লগা হয়। আনহাতে নিশাদ কুমাৰে নিশা প্ৰায় ১০ বাজি ৪০ মিনিটত পুৰুষৰ হাই জাম্পৰ টি-ফৰ্টি চেভেন শিতানৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইছ ৱান শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰুবিনা ফ্ৰান্সিছক অভিনন্দন জ্ঞাপন কৰিছে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ...

September 1, 2024 12:55 PM

views 19

পেৰিছ পেৰালিম্পিকত ভাৰত আজি পুৰুষৰ শ্বটপুট, হাই জাম্পকে ধৰি  কেইটামান শিতানত পদকৰ বাবে যুঁজিব

ভাৰতে পেৰিছ পেৰালিম্পিকৰ আজি চতুর্থ দিনা কেইটামান শিতানত পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। ৰবি ৰংগোলীয়ে পুৰুষৰ শ্বটপুটৰ এফ ফৰ্টি শিতানৰ ফাইনেলত দেশৰ হকে প্রতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে পুৰুষৰ হাই জাম্পত টি-ফর্টি চেভেন শিতানত নিশাদ কুমাৰে পদকৰ দৌৰত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইছ ৱান শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰুবিনা ফ্ৰান্সিছক অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যম যোগে কৈছে যে, ৰুবিন...