May 18, 2025 12:14 PM

views 19

২০২৫-২৬ শিক্ষাবর্ষত পেৰামেডিকেল ডিগ্রী আৰু ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৬ জুলাইত প্ৰৱেশ পৰীক্ষা

ৰাজ্য চৰকাৰেৰ এখন অধিসূচনা যোগে ২০২৫-২৬ শিক্ষাবর্ষত পেৰামেডিকেল ডিগ্রী আৰু ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাওঁ, কোকৰাঝাৰ, নলবাৰী, ধুবুৰীৰ পৰীক্ষাকেন্দ্ৰসমূহত অহা ৬ জুলাইত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰৱেশ পৰীক্ষাৰ প্ৰৱেশ পত্র অনলাইনযোগে ২৫ জুন তাৰিখৰ পৰা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৱেৱছাইটত উপলব্ধ হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ চৰকাৰী তথা বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত পেৰ...