June 18, 2025 7:58 PM
16
কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ অৱসৰ আৰু মৰণোত্তৰ গ্ৰেছুইটি সা-সুবিধা লাভ
উমৈহতীয়া পেঞ্চন আঁচনিয়ে সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে এতিয়া অৱসৰ আৰু মৰনোত্তৰ গ্ৰেছুইটি সা-সুবিধা লাভ কৰিব। এন ডি এ চৰকাৰৰ এঘাৰ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত এখন সংবাদমেলত ভাষণ দি কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে এইদৰে কয়। তেওঁ লগতে কয় যে এই পদক্ষেপে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অৱসৰৰ সুবিধাসমূহৰ ক্ষেত্ৰত সমতা স্থাপন কৰিব। এই নতুন ব্যৱস্থাই ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত সকলো শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ সামাজিক সুৰক্ষা নিশ্চি...