January 11, 2025 12:22 PM

views 10

চীনে তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে অৰুণাচলৰ চিয়াং নদীত বহুমুখী প্রকল্প নিৰ্মাণৰ গুৰুত্ব বৃদ্ধি

চীনে তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ চিয়াং নদীত বহুমুখী প্রকল্প নিৰ্মাণৰ গুৰুত্ব বৃদ্ধি পাইছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে কালি পশ্চিম চিয়াং জিলাৰ আল’ত গালো কল্যাণ সমাজৰ ৰূপালী জয়ন্তী উদযাপনৰ উদ্বোধনী অনুষ্ঠিত অংশগ্রহণ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই প্রকল্পটো কোনো জলবিদ্যুৎ প্রকল্প নহয় বৰঞ্চ এয়া হৈছে ৰাষ্ট্ৰীয় গুৰুত্ব থকা এটা বহুমুখী প্রকল্প। বিগত ৭-৮ বছৰত ৰাজ্যখনৰ ৰাজহ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছ...