May 20, 2024 8:50 PM

views 36

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ কঠোৰ-অশোভনীয় মন্তব্য কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীগৰাকীলৈ পত্ৰ কংগ্ৰেছ নেতা পৱন খেৰাৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক লৈ কঠোৰ আৰু অশোভনীয় মন্তব্য কৰা বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰীগৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত নেতাগৰাকীয়ে বিজেপি নেতা তথা মুখ্যমন্ত্ৰী শৰ্মাৰ ৰাজহুৱা অনুষ্ঠানত সংবিধান সন্দৰ্ভত কৰা মন্তব্যই তেওঁক উদ্বিগ্ন কৰি তুলিছে বুলি উল্লেখ কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে এই পত্ৰখন তেওঁ এক্স হেণ্ডেলত শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য দেশৰ হকে প্ৰাণ আহুতি দিয়া মহান সেনানীসকলৰ বাবে অসন্মানজনক বুলি মন...