September 9, 2025 8:21 PM September 9, 2025 8:21 PM
10
পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত
পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। আজি এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিশিষ্টশিক্ষাবিদ অমৰজ্যোতি চৌধুৰীয়ে ড° হাজৰিকাৰ গীতক লুইতৰ ঢৌৰ সৈতে তুলনা কৰি তেওঁৰ জীৱন আৰু আদর্শ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ উদ্যোগত আয়োজিত এই আলোচনা সত্ৰ ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতিত্বক বিশেষভাৱে সন্মান জনোৱা হয়। কালি অনুষ্ঠানৰ প্...