May 22, 2025 8:22 PM

views 16

নাবাৰ্ডৰ উদ্যোগত পথৰুঘাটৰ কৃষক শ্বহীদ উদ্যানত এক পেড় মা কে নাম শীর্ষক কাৰ্যসূচী

নাবাৰ্ডৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সামাজিক বনানিকৰণ বিভাগ তথা স্বেচ্ছাসেৱী সংগঠন এন ই কাৰ্ডৰ সহযোগত আজি পথৰুঘাটৰ কৃষক শ্বহীদ উদ্যানত আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষৰ লগত সংগতি ৰাখি এক পেড় মা কে নাম শীর্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অধীনত উদ্যানখনত এশ জোপা গছপুলি ৰোপণ কৰা হয়। অনুষ্ঠানত নাবাৰ্ডৰ দৰং-ওদালগুৰি জিলাৰ সহকাৰী মহাপ্রবন্ধক, পথৰুঘাট ৰাজহ চক্ৰ বিষয়াকে ধৰি সমবায় বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে। প্রায় ১৪ বিঘা ভূমি জুৰি থকা এই কৃষক শ্বহীদ বাকৰিত ৰোপণ কৰা গছপুলিসমূহৰ সংৰক্ষ...

January 28, 2025 8:21 PM

views 25

১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ অন্তিম দিনা কৃষক বিদ্ৰোহৰ স্মৃতি সুঁৱৰি এটা বিশেষ ডাক টিকট মুকলি

পথৰুঘাটৰ কৃষক ছহিদসকলৰ সোঁৱৰণত দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি অন্তিম দিনা কৃষক বিদ্ৰোহৰ স্মৃতি সুঁৱৰি এটা বিশেষ ডাক টিকট মুকলি কৰা হয়। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াই এই ডাক টিকট মুকলি কৰে। অনুষ্ঠানত অংশ লৈ কৃষি মন্ত্ৰী অতুল বৰাই বিগত সময়ছোৱাত কৃষি যান্ত্ৰিকীকৰণৰ ফলত ৰাজ্যৰ কৃষি খণ্ডত লাভ কৰা উল্লেখনীয় সাফল্যৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২২-২৩ বৰ্ষত ৰাজ্যত উৎপাদিত প্রায় ৪ হাজাৰ কোটি টকা মূল্যৰ কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হয়। মুখ্যম...

January 27, 2025 4:43 PM

views 31

পথৰুঘাটত ৩ দিনীয়াকৈ অনুষ্ঠিত কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

পথৰুঘাটৰ কৃষক ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কৃষি মেলা উদ্বোধন, কৃষক বিদ্ৰোহ বিষয়ৰ গ্ৰন্থ, স্মৰণিকা, আলোকচিত্ৰ ইত্যাদিৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা মুকলি কৰাৰ লগতে কৃষক ছহিদ প্ৰকল্পত এটা শীততাপ নিয়ন্ত্রিত প্রেক্ষাগৃহ উদ্বোধন কৰা হয়। পুৱাৰ ভাগত পাথৰিঘাটৰ কৃষক ছহিদ বাকৰিত পথৰুঘাটে ৰিঙিয়ায় শীৰ্ষক প্ৰাইজমাণি কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। আজিৰ দিনটোতেই প্রবীণ ...