November 16, 2024 11:17 AM

views 14

হাইড্ৰ’ কার্বনযুক্ত মাটি প্রদূষণ ৰোধ কৰাৰ হকে উদ্ভাৱন কৰা প্ৰযুক্তিৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ভাৰতীয় পেটেণ্ট লাভ

হাইড্ৰ' কার্বনযুক্ত মাটি প্রদূষণ ৰোধ কৰাৰ হকে উদ্ভাৱন কৰা প্ৰযুক্তিৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° হেমেন শৰ্মাৰ নেতৃত্বত এটা বিজ্ঞানীৰ দলে ভাৰতীয় পেটেণ্ট লাভ কৰিছে। বিজ্ঞানী তথা গৱেষকৰ দলটোৱে তেওঁলোকে উদ্ভাৱন কৰা মাইক্ৰ' বায়' ৰিমিডিয়েচন প্রযুক্তিয়ে পেট্‌’কেমিকেল উদ্যোগত হোৱা মাটি প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ সামৰ্থ্য বহন কৰা বুলি প্ৰকাশ কৰিছে। এই প্ৰযুক্তিয়ে ক্ষতিকাৰক জৈৱিক আৰু অজৈৱিক যৌগ, বিশেষকৈ পলি এৰ’মেটিক হাইড্ৰ’কার্বন চমুকৈ পি এ এইচ আৰু তেল নি...