June 24, 2024 6:04 PM
13
দেশৰ সকলো পাছপোর্ট সংস্থাক ডºএছ জয়শংকৰৰ দ্বাদশ পাছপোর্ট সেৱা দিৱসৰ শুভেচ্ছা
বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে দ্বাদশ পাছপোর্ট সেৱা দিৱস উপলক্ষে দেশৰ সকলো পাছপোর্ট সংস্থাক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত জয়শংকৰে নাগৰিক-কেন্দ্ৰিক বৈদেশিক নীতিৰ প্ৰচাৰৰ ক্ষেত্ৰত পাছপোৰ্ট সংস্থাৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে পাছপোৰ্ট প্ৰেৰণ প্ৰক্ৰিয়াত হোৱা গুৰুত্বপূৰ্ণ উন্নয়নৰো শলাগ লয়। ডº এছ জয়শংকৰে কয় যে পাছপোর্ট সেৱাসমূহ আৰু অধিক দ্ৰুতবেগী, বিশ্বাসযোগ্য, সহজলভ্য, স্বচ্ছ তথা নাগৰিকৰ সুবিধাৰ বাবে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে ২০২৩ চন...