January 12, 2025 7:49 PM
গুৱাহাটীৰ খানাপাৰাত পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ সামৰণি
গুৱাহাটীৰ খানাপাৰাৰত ১০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপাল লক্ষ্মণ প্...