December 13, 2025 9:15 PM

views 7

অহা ২১ ডিচেম্বৰত নামৰূপৰ এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২১ ডিচেম্বৰত নামৰূপৰ এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে অসমলৈ আহিব। প্রধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে সুৰক্ষাকে ধৰি সকলোবোৰ দিশৰ বিশেষ তদাৰক কৰাৰ লগতে অলপতে ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতি সম্পর্ক বুজ লয়। তেওঁ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকতো মিলিত হয়। প্রধানমন্ত্ৰীৰ আগমন সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কসকলেও নিজ নিজ অঞ্চলত প্রস্তুতি সম্পর্কে অৱগত হ'বলৈ মিলি...