December 20, 2024 8:14 PM
15
শীতকালীন অধিবেশনত লোকসভাত প্ৰায় ৫৪ শতাংশ, ৰাজ্যসভাত প্ৰায় ৪০ শতাংশ কাম- কাজ সম্পন্ন
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ দুয়োখন সদনৰ শীতকালীন অধিবেশনৰ কাম-কাজ আশানুৰূপ নোহোৱা বুলি আক্ষেপ প্ৰকাশ কৰিছে। আজি সংসদৰ অধিবেশন অনির্দিষ্ট কাললৈ স্থগিত হোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰিজিজুৱে কয়, যে এইবাৰ লোকসভাত মুঠ ২০টা কর্মদিন আৰু ৰাজ্যসভাত ১৯টা কর্মদিন আছিল যদিও লোকসভাত প্ৰায় ৫৪ শতাংশ আৰু ৰাজ্যসভাত প্ৰায় ৪০ শতাংশ কাম- কাজহে সম্পন্ন হয়। মন্ত্ৰীগৰাকীয়ে কয়, এইবাৰৰ অধিবেশনত লোকসভাত চাৰিখন আৰু ৰাজ্যসভাত তিনিখন বিধেয়ক গৃহীত হয়। ২০২৪ৰ ভাৰতীয় বায়ু যান বিধেয়কখনত ...