August 9, 2024 12:01 PM August 9, 2024 12:01 PM

views 6

ৰাজ্যসভাত বিত্ত বিধেয়ক, বিনিয়োজন বিধেয়ক, জম্মু-কাশ্মীৰ বিনিয়োজন বিধেয়ক সন্দৰ্ভত আলোচনা, বিত্তমন্ত্ৰীৰ উত্তৰ

সংসদে বিত্ত বিধেয়ক ২০২৪, বিনিয়োজন বিধেয়ক ২০২৪ আৰু জম্মু-কাশ্মীৰ বিনিয়োজন বিধেয়ক ২০২৪ গ্ৰহণ কৰিছে। ৰাজ্যসভাই কালি আলাপ-আলোচনাৰ অন্তত এই বিধেয়ক কেইখন লোকসভালৈ ঘূৰাই পঠায় । লোকসভাত ইতিমধ্যে বিধেয়ক কেইখন গৃহীত হৈছে। ইয়াৰ লগে লগে সংসদে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট প্রক্রিয়াও সম্পূর্ণ কৰে। বিত্ত বিধেয়কে ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰে। বিনিয়োজন বিধেয়কৰ জৰিয়তে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সেৱাসমূহৰ বাবে একীকৃত পুঁজিৰ পৰা ধনাদায় আৰু বিনিয়োজনক ক্ষমতা...