March 28, 2025 1:50 PM
25
২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত সংসদৰ অনুমোদন
সংসদে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অনুমোদন জনাইছে। ৰাজ্যসভাই আলোচনাৰ অন্তত কালি বিত্ত বিধেয়ক ২০২৫ আৰু ৩ নম্বৰ বিনিয়োজন বিধেয়ক লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বাজেট প্রক্রিয়া সম্পূর্ণ হয়। লোকসভাই মঙলবাৰে বিধেয়কখনত অনুমোদন জনাইছিল। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহত মঞ্জুৰি প্ৰদান কৰাই বিত্ত বিধেয়কৰ মূল উদ্দেশ্যে। বিত্ত বিধেয়ক ২০২৫ আৰু ৩ নম্বৰ বিনিয়োজন বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে কালি কয়, যে কৰ নিশ্চয়ত...