August 6, 2025 8:18 PM August 6, 2025 8:18 PM
9
সংসদৰ উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত
বিৰোধী পক্ষ্যৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম-কাজ আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয়বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা মিলিত হোৱাৰ সময়ত বিৰোধী দলসমূহে সদনৰ মজিয়ালৈ গৈ বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টোক লৈ আলোচনাৰ দাবী উত্থাপন কৰি বিভিন্ন শ্লোগান দি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী দলৰ সাংসদসকলে অব্যাহত ৰখা প্ৰতিবাদৰ বিষয়টোক লৈ অসন্তুষ্টি প্রকাশ কৰি কয় যে সাংবিধানি...