September 6, 2024 1:36 PM September 6, 2024 1:36 PM
7
পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ পেৰা জুডোত কপিল পৰমাৰ ব্ৰঞ্জৰ পদক অর্জন
ভাৰতৰ কপিল পৰমাৰে কালি ব্ৰাজিলৰ এলিয়েলটন ডি অলিভেৰিয়াক ১০-০ ফলাফলত পৰাস্ত কৰি পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ পেৰা জুডোৰ জে ওৱান শিতানৰ ৬০ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰে। পেৰালিম্পিকৰ ইতিহাসত জুডোত ভাৰতৰ এয়া প্ৰথমটো পদক। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে যে কপিলে অলেখ বাধা নেওচি পেৰালিম্পিকৰ ইতিহাসত জুডোত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতি...