August 3, 2024 8:52 PM

views 20

পেৰিছ অলিম্পিকৰ মহিলাৰ আৰ্চাৰীত ভাৰতৰ দীপিকা কুমাৰী পৰাজিত

ভাৰতৰ দীপিকা কুমাৰী আজি পেৰিছ অলিম্পিকৰ মহিলাৰ আৰ্চাৰীৰ ব্যক্তিগত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীৰ হাতত ৪-৬ৰ ফলাফলত পৰাজিত হয়। দেশৰ আন এগৰাকী আৰ্চাৰ ভজন কৌৰ ইণ্ডোনেছিয়াৰ ডায়নান্দা চোইৰুনিচাৰ হাতত পৰাজিত হৈ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে। ইয়াৰ লগে লগে আৰ্চাৰীত ভাৰতৰ প্ৰত্যাহ্বানৰো সামৰণি পৰিছে। ইযাৰ পূৰ্বে শ্বুটিঙত ইতিমধ্যে দুটাকৈ পদক বিজয়ী মনু ভাকৰ তৃতীয়টো পদকৰ বাবে মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানৰ ফাইনেলত অৱতীৰ্ণ হয় যদিও খেলুৱৈগৰাকী পদক লাভত ব্যর্থ হয়। ভাকৰে এ...