July 26, 2024 7:52 PM July 26, 2024 7:52 PM
17
ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান
পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আজি ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত অনুষ্ঠিত হ'ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় ১০ হাজাৰ ৫০০ গৰাকী খেলুৱৈক ১০০ খন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থল সমূহৰ ওচৰেৰে লৈ যোৱা হ'ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ'ব। অষ্টাৰলিজ দলঙৰ ওচৰত আৰম্ভ হৈ এই কুচকাৱাজৰ আইফেল টাৱাৰৰ ওচৰত অন্ত পৰিব। ইয়াৰ পাচতে অলিম্পিক শিখা প্রজ্বলন কৰা হ'ব আৰু তাৰ লগে লগে অলিম্পিক ক্র...