January 31, 2025 8:24 PM

views 10

সংসদৰ দুয়োখন সদনতে আজি ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল

ভাৰতৰ চলিত বিত্তীয় বৰ্ষত প্রকৃত মুঠ ঘৰুৱা উৎপাদন ৬.৪ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ২০২৬ বিত্তীয় বর্ষত এই বৃদ্ধিৰ হাৰ ৬.৩ শতাংশৰ পৰা ৬.৮ শতাংশ হোৱাৰ সম্ভাৱনা আছে। সংসদৰ দুয়োখন সদনতে আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। এই প্রাক-বাজেট সমীক্ষা অনুসৰি দেশৰ ঘৰুৱা অর্থনীতি টনকীয়াল হৈ থাকিব বুলি কোৱা হৈছে। অৱশ্যে সেৱা খণ্ড আৰু কৃষি খণ্ডত অর্থনৈতিক বিকাশ অপৰিৱৰ্তিত থাকিব। খাৰিফ শস্যৰ অভিলেখ পৰিমাণৰ উৎপাদনৰ ফলত গ্রামাঞ্চলত চাহিদা বৃদ্ধি পাই কৃষিখণ্ড...