August 31, 2024 12:18 PM

views 10

পেৰিছ পেৰালিম্পিকত আজি ভাৰতীয় শ্বাটলাৰ আৰু আৰ্চাৰসকল খেলত অৱতীৰ্ণ হ’ব

পেৰিছ পেৰালিম্পিক প্রতিযোগিতাৰ আজি তৃতীয় দিনা ভাৰতীয় শ্বুটাৰসকলৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব। শ্বাটলাৰ আৰু আৰ্চাৰসকলেও আজি নিজৰ খেলত অৱতীৰ্ণ হ'ব। শ্বুটিঙত মহাবীৰ কুনহলকাৰে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ ৱানত অৱতীৰ্ণ হোৱাৰ লগতে লুবিনা ফ্ৰান্সিছে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ৱানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জেভলিন থ্র'ত পৰবীন কুমাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। পেৰিছ পেৰালিম্পিকৰ দ্বিতীয় দিনা ভাৰতে এটা সোণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে ৪টা পদক লাভ কৰি পদক তালিকাত নাম অন্তর্ভুক্ত...