August 16, 2024 8:16 PM
13
আসন্ন পেৰিছ পেৰালিম্পিকত দেশৰ ৮৪গৰাকী খেলুৱৈৰ অংশগ্ৰহণ
আসন্ন পেৰিছ পেৰালিম্পিকত দেশৰ ৮৪ গৰাকী খেলুৱৈৰ সবাতোকৈ বৃহৎ দল এটাই অংশ ল'ব। পেৰালিম্পিক ২৮ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব। প্ৰথমবাৰৰ বাবে ৪৭ গৰাকী ভাৰতীয় এথলিটে এই ক্রীড়া মহোৎসৱত ভাগ ল'ব। কেন্দ্রীয় ক্রীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই ভাৰতীয় দলৰ শুভেচ্ছা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোত টার্গেট অলিম্পিক প’ডিয়াম আঁচনিৰ পৰা উপকৃত ৫০ গৰাকী খেলুৱৈ আছে। তেওঁ কয় যে চৰকাৰে এই আঁচনিৰ অধীনত খেলুৱৈসকলক অনুশীলন-প্ৰশিক্ষণৰ দৰে সকলো সুব...