January 23, 2025 7:37 PM

views 23

সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে সংস্কৃতি মন্ত্ৰ্যালয়ে নেতাজীৰ জন্মস্থান ওড়িশাৰ কটকত তিনিদিনীয়া উদযাপন সমাৰোহৰ আয়োজন কৰিছে। ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে এই সমাৰোহ উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজীৰ জয়ন্তী উপলক্ষে শ্রদ্ধাঞ্জলি নিবেদন কৰিছে। শ্রীমতী মুমুৱে পৰাক্ৰম উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰা...