May 18, 2025 7:04 PM
বিশিষ্ট শিক্ষাবিদ উদয়াদিত্য ভড়ালীক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান
পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ উদয়াদিত্য ভড়ালীক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। গুৱাহাটী মহানগৰীৰ দক্ষিণ শৰণীয়াত আয়োজিত এটা অনুষ্ঠানত বিশি...