October 21, 2024 11:55 AM

views 29

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ পুৰুষৰ এছ-ফৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত লক্ষন সিঙৰ সোণৰ পদক অৰ্জন

ৰাজস্থানৰ লক্ষন সিঙে কালি পানাৰ্জীৰ ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ পুৰুষৰ এছ-ফৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত সোণৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাত ওড়িশাৰ কমল কান্তে ৰূপৰ পদক অর্জন কৰাৰ বিপৰীতে হাৰিয়ানাৰ বলৰাজে ব্ৰঞ্জৰ পদক লাভ কৰে। ইপিনে এছ-ফাইভ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ওড়িশাৰ নৰ হৰিয়ে সোণৰ, অন্ধ্ৰপ্ৰদেশৰ লক্ষ্মৰাওৱে ৰূপৰ আৰু বিহাৰৰ শ্বমছ আলমে ব্ৰঞ্জৰ পদক লাভ কৰে। এছ-ছিক্স ১০০ মিটাৰ ফ্ৰী ষ্টাইলত মহাৰাষ্ট্ৰৰ চৈতন্য বিশ্বাসে সোণৰ পদক অৰ্জন কৰে। আনহাতে কৰ্ণাটকৰ তেজছে এছ-ছেভেন শাখাত, শ্ৰীধৰে এছ-এইট শ...

May 28, 2024 1:21 PM

views 25

বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ সন্তুষ্টি প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ সন্তোষ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয়ে কয় যে, মাত্র ৭টা বছৰত ৩৬ সংখ্যক স্থানৰ পৰা ষষ্ঠ স্থানলৈ উন্নীত হ'বলৈ ভাৰতীয় খেলুৱৈসকলে চলিত বৰ্ষৰ প্ৰতিযোগিতাত ১৭টা পদক জয় কৰে। এই উল্লেখযোগ্য সাফল্যৰ বাবে প্রধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক তথা তেওঁলোকৰ সৈতে জড়িত আটাইকে অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে, খেলুৱৈসকলৰ নিষ্ঠা আৰু অধ্যৱসায় সঁচাকৈয়ে প্ৰেৰণাদায়ক আৰু ই দৃঢ়তা আৰু ...

May 26, 2024 12:57 PM

views 31

বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতৰ ছিমৰন শৰ্মাৰ সোণৰ পদক অৰ্জন

জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতৰ ছিমৰন শৰ্মাই সোণৰ পদক লাভ কৰিছে। ছিমৰনে কালি প্রতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ টী-টুবেল্ড শাখাৰ ফাইনেলত ২৪ দশমিক ৯-৫ ছেকেণ্ডত এই যোগ্যতা অর্জন কৰে। উল্লেখযোগ্য যে ভাৰত এইবাৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ছটা সোণৰ পদক সহ মুঠ ১৭ টা পদকেৰে ষষ্ঠ স্থানত থাকে।